নাৰী জীৱ সৃষ্টি
নাৰীয়ে জীৱন বিস্তৰ সাৰ্থকতা
নাৰীয়ে অতুলনীয় উচ্চ শক্তি
নাৰীয়ে জীৱন বিধংসি
নাৰীয়ে সমাজ সৃষ্টি
প্রকৃত পৰিচয়,
নাৰীয়ে দাঙি ধৰে
পুৰুষৰ চিহ্ন
নাৰী বিহীন সকলো শূন্য
সমাজৰ প্রকৃত ৰং নাৰী
নাৰী বিহিন প্রকৃতিৰ নচলে গাড়ী
পাঁচতা আঙুলী পঞ্চম শক্তি
নাৰীয়ে কৰে বিস্তাৰি
নাৰীয়ে অসুৰ বিধংসি
নাৰী নম্ৰ, নাৰী ভদ্র,
নাৰী বিৰংগনা, মহিয়সী
নাৰী অবিহনে সকলো শূন্য
🔳ৰঙিলী লইং
বোকাখাট ৰজাবাৰী ভকতচাপৰী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ