০৮ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  1. ১৮৯৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰ’য়েণ্টজেন-এ ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে
  2. ১৭৯৩ চনৰ আজিৰ দিনটোত পেৰিছত লুভেৰ যাদুঘৰ মুকলি কৰা হয়।
  3. ১৬৫৬ চনৰ আজিৰ দিনটোত ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী এডমাণ্ড হেলীৰ জন্ম হৈছিল।
  4. ১৯০৮ চনৰ আজিৰ দিনটোত সাহিত্যিক ৰাজা ৰাওৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)