লক্ষ্মী ক'ত থাকে-সংযুক্তা দত্ত

Rinku Rajowar
0
এজন ভক্তই মা লক্ষ্মীক কৰা এটা প্ৰশ্ন ।  আপুনি ক'ত থাকে ? আপোনাক সকলোৱে পূজা কৰে চাকি বন্তি ধূপ ধূনা জ্বলাই  আৰু আপুনি অকণ মান সময় গৈ আকৌ গুচি আহে কিয় ? তেতিয়া লক্ষ্মী মায়ে ক'লে মই সেই খন ঘৰত হে বেছি দিন থাকো য'ত মোৰ ভন্টি দুজনী থাকে ।  সৰস্বতী আৰু দুৰ্গা । ভক্তজনে ভালদৰে বুজি নাপালে তেতিয়া লক্ষ্মীয়ে ক'লে সৰস্বতী মানে হ'ল - বিদ্যা , জ্ঞান , বুদ্ধি  যিয়ে ভালদৰে জ্ঞান লয় । নতুন নতুন কথা শিকি যায়। সেইখন ঘৰত মই থাকো। দ্বিতীয়তে , 
             দুৰ্গা মানে হ'ল -শান্তি, যিখন ঘৰত শান্তি থাকে । অন্যায় নকৰে , অন্যায়ৰ বিৰুদ্ধে মাত মাতে। সেই খন ঘৰত মই নিজে নিজেই থাকো।  লক্ষ্মী থাকিবলৈ হ'লে   সৰস্বতী থাকিবই লাগিব।              
✍🏻  সংযুক্তা দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)