জোনাক-ৰঙিলী লইং

হৃদয়ৰ প্রতিটো কোণত 
তোমাৰ অনুপস্থিতি সাক্ষৰ
ধুমুহাৰ স'তে আহি
আলসুৱা জোনাকৰ স্বিকণধতাসাৰি
বুকুত লিখি থৈ গ'লা
এটি স্পৰ্শত্মৰ কবিতা
। 
মাজ নিশা মই উচপ  খাই উঠো
শব্দবোৰ কাণ পাতি শুনো 
কিজানি তুমি আকৌ সাৰে উঠিলা  

বন্ধৰ কোথাৰ মাজত অস্থিৰ সপোনৰ অগাদোৱা 
তুমি অবিহনে এমুঠি প্রশ্ন? 

সাৰে উঠিবানে জোনাক? 
........ 

আন্ধাৰক পিঠি দি তোমাতেই  লওঁ মই আশ্রয় 
তাতে অব্যাহত, 
মোৰ জীৱনৰ সংগ্রাম 
তুমিও নিশ্চয় পাহৰা  নাই। 


🔳ৰঙিলী লইং 
বোকাখাট ৰজাবাৰী ভকতচাপৰী

Post a Comment

Previous Post Next Post