মুক্তি -দেৱযানী সাধনিদাৰ

Aditi Tanti
0
"দেউতা মই আজি লগৰজনীৰ ঘৰত থাকিবলৈ যাও"-------তলমূৰ হৈ কথাকেইটা কওঁতে তেওঁ দেখিছিল তাইৰ কপি থকা ওঠঁ দুটা।কিছুপৰ মৌন হৈ তাইৰ আলফুলীয়া হাতত পইচা কেইটা দি কৈছিল----"ভালকৈ থাকিবি।"


             সমাজে অবৈধ বুলি স্বীকৃতি দিয়া তাইৰ নিঃস্বাৰ্থ ভালপোৱাক বুজি পায় তেওঁ।সেয়ে সজাত বন্দী চৰাইজনীক মুকলি কৰি দিলে।ভালপোৱাৰ দেশত সপোন ৰচিবলৈ--------------

                      
                                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)