নিৰুপায়

©Admin
0
চাহবাগিচাৰ মালিক পৰেশ বৰুৱা আৰু বৰ্ণালী বৰুৱাৰ একমাত্ৰ পুত্ৰৰ আকাশৰ কাৰণে উচ্চ শিক্ষিতা তৰাক বিয়া কৰাই আনে। ফুলেৰে ওপচি পৰা পালেঙখনত কইনা সাজেৰে গোটেই ৰাতি তাই উজাগৰে কটালে। নিদ্ৰাহীনতাই আনি দিয়া অলসতাত ডুবি থাকিল বহুনিশা তৰা। সদায় নিশা মদ , জুৱা মাজত থকা স্বামীৰ পৰা কোনো মৰম নাপালে ।সদায় অকলশৰে অপেক্ষা কৰি কৰি প্ৰতিটো নিশা উচুপি উচুপি পাৰ কৰি আহিছে তাই ।অৱশেষত নিৰুপায় হৈ স্বামী ঘৰ এৰি আহিবলৈ সিদ্ধান্ত ল'লে ।

            ✍️ শ্ৰী যমুনা (দুলু) বৈশ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)