নিৰুপায়

চাহবাগিচাৰ মালিক পৰেশ বৰুৱা আৰু বৰ্ণালী বৰুৱাৰ একমাত্ৰ পুত্ৰৰ আকাশৰ কাৰণে উচ্চ শিক্ষিতা তৰাক বিয়া কৰাই আনে। ফুলেৰে ওপচি পৰা পালেঙখনত কইনা সাজেৰে গোটেই ৰাতি তাই উজাগৰে কটালে। নিদ্ৰাহীনতাই আনি দিয়া অলসতাত ডুবি থাকিল বহুনিশা তৰা। সদায় নিশা মদ , জুৱা মাজত থকা স্বামীৰ পৰা কোনো মৰম নাপালে ।সদায় অকলশৰে অপেক্ষা কৰি কৰি প্ৰতিটো নিশা উচুপি উচুপি পাৰ কৰি আহিছে তাই ।অৱশেষত নিৰুপায় হৈ স্বামী ঘৰ এৰি আহিবলৈ সিদ্ধান্ত ল'লে ।

            ✍️ শ্ৰী যমুনা (দুলু) বৈশ্য

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send