১৮ ডিচেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

0
  1. আজি জাতীয় চেতনা দিৱস। " অসম কেশৰী " অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি সন্মান জনাই আজিৰ পৰা ০২ জানুৱাৰীলৈ " অসমীয়া জাতীয় জীৱন সংগঠন পষেক " পালন কৰা হয়।
  2. ৰাষ্ট্ৰসংঘৰ উদ্যোগত আজি বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় আধিবাসী দিৱস পালন কৰা হয় ।
  3. বিশ্বৰ প্ৰথমটো দূৰ-সংযোগ উপগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপন কৰা হয় ১৯৫৮ চনৰ আজিৰ দিনটোত।
  4. ২০১৪ চনৰ আজিৰ দিনটোত ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰক্ষেপণ বাহন জি.এছ.এল.ভি.-III ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ শতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে সমাপ্ত কৰে।
  5. ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম'দ্যুল (চমুকৈ ইংৰাজীত কেয়াৰ)‌ৰ পৰীক্ষা সম্পন্ন কৰে ২০১৪ চনৰ আজিৰ দিনটোত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)