- আজি জাতীয় চেতনা দিৱস। " অসম কেশৰী " অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি সন্মান জনাই আজিৰ পৰা ০২ জানুৱাৰীলৈ " অসমীয়া জাতীয় জীৱন সংগঠন পষেক " পালন কৰা হয়।
- ৰাষ্ট্ৰসংঘৰ উদ্যোগত আজি বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় আধিবাসী দিৱস পালন কৰা হয় ।
- বিশ্বৰ প্ৰথমটো দূৰ-সংযোগ উপগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপন কৰা হয় ১৯৫৮ চনৰ আজিৰ দিনটোত।
- ২০১৪ চনৰ আজিৰ দিনটোত ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰক্ষেপণ বাহন জি.এছ.এল.ভি.-III ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ শতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে সমাপ্ত কৰে।
- ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম'দ্যুল (চমুকৈ ইংৰাজীত কেয়াৰ)ৰ পৰীক্ষা সম্পন্ন কৰে ২০১৪ চনৰ আজিৰ দিনটোত।
১৮ ডিচেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো
December 18, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ