ভুল ধাৰণা

তাই ভাবিছিল প্ৰতিবাৰৰ দৰেই এইবাৰো তেওঁ নিজেই উভতি আহি ছৰি ক'ব আৰু তাই পুনৰ ক্ষমা কৰি বুকুত চপাই ল'ব। কিন্তু শ্বপিংমলত পত্নীৰ সৈতে তেওঁক দেখা পাই ভুল আৰু সপোন একেলগে ভাঙি গ'ল।

🔳কাজি শ্বাহাদত ইছলাম
ঠিকনাঃবাংলিপাৰা, বৰপেটা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send