Home কাজি শ্বাহাদত ইছলাম ভুল ধাৰণা ভুল ধাৰণা Author - person©Admin December 28, 2021 0 share তাই ভাবিছিল প্ৰতিবাৰৰ দৰেই এইবাৰো তেওঁ নিজেই উভতি আহি ছৰি ক'ব আৰু তাই পুনৰ ক্ষমা কৰি বুকুত চপাই ল'ব। কিন্তু শ্বপিংমলত পত্নীৰ সৈতে তেওঁক দেখা পাই ভুল আৰু সপোন একেলগে ভাঙি গ'ল।🔳কাজি শ্বাহাদত ইছলামঠিকনাঃবাংলিপাৰা, বৰপেটা Tags অণুগল্পকাজি শ্বাহাদত ইছলাম Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ