১৬ ডিচেম্বৰ-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
১/ ১৮৭২ চনৰ এই দিনটোতে সাহিত্যিক, বুৰঞ্জীবিদ,১৯২৯ বৰ্ষৰ অসম চৰকাৰৰ মন্ত্ৰী কনকলাল বৰুৱাৰ জন্ম হৈছিল।

২/ ১৯৩৯ চনৰ এই দিনটোতে কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়।

৩/ ২০০৪ চনত দূৰদৰ্শনৰ ফ্ৰি দিছ সেৱাৰ আৰম্ভণি ঘটে।

৪/ ১৭৭০ চনৰ এই দিনটোতে বিখ্যাত সংগীতজ্ঞ লুডইগি ভান বিথোভেনৰ জন্ম হয়।

৫/ ১৯৬৫ চনত এই দিনটোতে কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ, ঔপন্যাসিক ছমাৰছেট মমৰ মৃত্যু হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)