উত্তৰ- ১৯১৭ খ্ৰীষ্টাব্দত, শিৱসাগত।
২/ Happy Birthday to you গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ- দিলডাৰ্ড পেটিহিল।
৩/ ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয়?
উত্তৰ- চীন দেশত।
৪/ অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ- প্ৰীষ্টলী।
৫/ মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ- আচাৰ্য বিনোৱা ভাৱে।
৬/ কোনজন অসমীয়াই ২০০৩ চনত ভাৰত শ্ৰী উপাধি লাভ কৰিছিল?
উত্তৰ- বিজিত গগৈ।