সাধাৰণ জ্ঞান-কুইজ

১/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ- ১৯১৭ খ্ৰীষ্টাব্দত, শিৱসাগত।

২/ Happy Birthday to you গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ- দিলডাৰ্ড পেটিহিল।

৩/ ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয়?
উত্তৰ- চীন দেশত।

৪/ অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ-  প্ৰীষ্টলী।

৫/ মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ- আচাৰ্য বিনোৱা ভাৱে।

৬/ কোনজন অসমীয়াই ২০০৩ চনত ভাৰত শ্ৰী উপাধি লাভ কৰিছিল?
উত্তৰ- বিজিত গগৈ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send