সময়-ধ্ৰুৱ জ্যোতি দাস

সুখবোৰ  এতিয়া   বিষাদ  চকুপানীবোৰ এতিয়া মূল্যহীন । 

নুবুজিলো মই কেতিয়াও বুজাব নোৱাৰিলোঁ নিজকে দুখ মোৰ ভাগ্যৰ নে নিষ্ঠুৰ  সময়ৰ । 
তথাপি জানো ভাঙিব পাৰি হৃদয়ৰ  কান্দোন  সঁচাকৈ । 

এতিয়া কিন্তু লগত কোনো নাথাকিলেও চকু পানী টো কিন্তু  লগত সদায় থাকে। 
যা সময় যা সোনকালে যা ...
নাহিবি আৰু উভতি ।।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send