Home ধ্ৰুৱ জ্যোতি দাস সময়-ধ্ৰুৱ জ্যোতি দাস সময়-ধ্ৰুৱ জ্যোতি দাস Author - person©Admin December 21, 2021 0 share সুখবোৰ এতিয়া বিষাদ চকুপানীবোৰ এতিয়া মূল্যহীন । নুবুজিলো মই কেতিয়াও বুজাব নোৱাৰিলোঁ নিজকে দুখ মোৰ ভাগ্যৰ নে নিষ্ঠুৰ সময়ৰ । তথাপি জানো ভাঙিব পাৰি হৃদয়ৰ কান্দোন সঁচাকৈ । এতিয়া কিন্তু লগত কোনো নাথাকিলেও চকু পানী টো কিন্তু লগত সদায় থাকে। যা সময় যা সোনকালে যা ...নাহিবি আৰু উভতি ।। Tags কবিতাধ্ৰুৱ জ্যোতি দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ