২৭ ডিচেম্বৰ আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা

Aditi Tanti
0
২৭ ডিচেম্বৰ (ইংৰাজী: 27 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬১ তম (অধিবৰ্ষত ৩৬২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


✅১৮৩১ চনৰ আজিৰ দিনটোত চাৰ্লছ ডাৰউইনে এইচ. এম. এছ. বিগল নামৰ জাহাজখনত উঠি নিজৰ বিশ্ব বিখ্যাত প্ৰশান্ত মহাসাগৰৰ যাত্ৰা আৰম্ভ কৰিছিল।
✅১৯৪৫ চনৰ আজিৰ দিনটোত বিশ্ব বেংকৰ প্ৰতিষ্ঠা হৈছিল।
✅১৯১৭ চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল।

✅১৫৭১ চনৰ আজিৰ দিনটোত প্ৰখ্যাত জাৰ্মান জ্যোতিৰ্বিদ জোহানচ কেপলাৰৰ জন্ম হৈছিল।
✅ফ্ৰান্সৰ জীৱবিজ্ঞানী লুইচ পেচিয়াৰৰ ১৮২২ চনৰ আজিৰ দিনটোত জন্ম হৈছিল।
✅১৭৯৭ চনৰ আজিৰ দিনটোত কবি মিৰ্জা গালিবৰ জন্ম হৈছিল।
✅১৯৬৫ চনৰ আজিৰ দিনটোত অভিনেতা ছলমান খানৰ জন্ম হৈছিল।

✅গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে ২০০২ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰিছিল।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)