সময়-অংশুমান ভূঞা

©Admin
0
 "মই সময়েই মিলাব পৰা নাই অ' দেউতা।" ঘৰলৈ এপাক অহাৰ কথা ক'লেই মহানগৰীৰ বাসিন্দা পুত্ৰৰ একেটাই মাথোঁ অজুহাত।
       খবৰটো পাই সি উধাতু খাই ঘৰ পাইছিল। দেউতাকক সাবট মাৰি কান্দোনত গগন ফালিছিল। নিথৰ দেহটোৱে যেন কৈছিল, "মোৰ সময় শেষ হোৱাতহে তোৰ সময় মিলিল।"

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)