জানোচা সেউজ মনৰ বাগিচাত লাগে জুই।
আজিকালি প্রায়ে মাজনিশা উচপ্ খাই উঠোঁ
কিয় জানানে...
স্বপ্নত দেখোঁ কোনোবাই হাতত
একুৰাই জুই লৈ মোৰ ফালে আগুৱাই আহিছে...
ক্রমশঃ জাহ গৈছে সেউজ মনৰ বাগিচাখন ।
সেয়ে সাৰে আছোঁ সাৰেই থাকিম
সযতনে ৰাখিম সেউজ মনৰ বাগিচা ...।
✍️সবিতা দাস
মিৰ্জা,কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ