জীৱন-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
এজাক কোলাহলৰ
আশাত বন্দী,
অপেক্ষা
আব্দাৰৰ
দীঘলীয়া অপেক্ষা
নিচুকনি মাতৰ। 
পুনৰ অপেক্ষা
পুনৰ
আশাহত..
কোলাহলবোৰ যান্ত্ৰিক
মাতবোৰ কঠিন৷
তথাপিও
অপেক্ষা
জীৱন এনেকুৱাই..

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)