জীৱন-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

এজাক কোলাহলৰ
আশাত বন্দী,
অপেক্ষা
আব্দাৰৰ
দীঘলীয়া অপেক্ষা
নিচুকনি মাতৰ। 
পুনৰ অপেক্ষা
পুনৰ
আশাহত..
কোলাহলবোৰ যান্ত্ৰিক
মাতবোৰ কঠিন৷
তথাপিও
অপেক্ষা
জীৱন এনেকুৱাই..

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send