৩০ ডিচেম্বৰ- আজিৰ দিনটোৰ বিশেষত্ব

১/ আজিৰ দিনটোতে ১৯০০ চনৰ প্ৰখ্যাত লেখক অস্কাৰ  ৱাইল্ডৰ মৃত্যু হয়।

২/১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্ভিদ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম হয়।

৩/ ১৯৬৮ চনত আজিৰ দিনটোতে অসমৰ এগৰাকী যশস্বী সাহিত্যিক জ্ঞাননাথ বৰাৰ মৃত্যু হয়।

৪/ আজিৰ দিনটোতে ১৭৩১ চনত বেইজিঙত হোৱা ভূমিকম্পত ১০০০০০ লোকৰ মৃত্যু হয়।

৫/  আজিৰ দিনটোতে ২০০০ চনত প্ৰিয়ংকা চোপ্ৰা মিছ ৱৰ্ল্ডৰূপে  নিৰ্বাচিত হয়।

⬛ সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send