২/১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্ভিদ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম হয়।
৩/ ১৯৬৮ চনত আজিৰ দিনটোতে অসমৰ এগৰাকী যশস্বী সাহিত্যিক জ্ঞাননাথ বৰাৰ মৃত্যু হয়।
৪/ আজিৰ দিনটোতে ১৭৩১ চনত বেইজিঙত হোৱা ভূমিকম্পত ১০০০০০ লোকৰ মৃত্যু হয়।
৫/ আজিৰ দিনটোতে ২০০০ চনত প্ৰিয়ংকা চোপ্ৰা মিছ ৱৰ্ল্ডৰূপে নিৰ্বাচিত হয়।
⬛ সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব