অপৰিপক্ক - বাণীকান্ত লহকৰ

অপৰিপক্কতাৰ হাকোটাৰে একত্ৰিত
 অপৈণত কঁঠালৰ দৰে শব্দবোৰ
পকাৰ পৰিবৰ্তে ক'লা পৰি গেলিছে 

দেখাক দেখি হেচুকিলেও 
গ্ৰাহক বিমুখ 
যাৰ ৰঙ ৰূপ ৰসে নাই 
স্ব জাতিত  তিস্তিব কেনেকৈ? 

আজিৰ কবিতাই উচুপে !

Post a Comment

Previous Post Next Post