সাধাৰণ জ্ঞান-কুইজ

0
১/অসমৰ খাজুৰাহো বুলি পৰিচিত মন্দিৰটোৰ নাম কি?
উত্তৰ- মদন কামদেৱ।

২/ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি?
উত্তৰ- ফকৰুদ্দিন আলি আহমেদ।
৩/অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপিত হৈছিল আৰু ক'ত অৱস্থিত?
উত্তৰ-১৯৪০ চনত গুৱাহাটী।

৪/কোন চনত অসমত কাগজ কল স্থাপন হৈছিল?
উত্তৰ-১৯৭১ চনত।

৫/গাৰো পাহাৰত প্ৰচলিত পৰম্পৰাগত ধৰ্মক কি বুলি কোৱা হয়?
উত্তৰ- চংচেৰেক।


⬛ সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ ⬛

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)