উত্তৰ- মদন কামদেৱ।
২/ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি?
উত্তৰ- ফকৰুদ্দিন আলি আহমেদ।
৩/অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপিত হৈছিল আৰু ক'ত অৱস্থিত?
উত্তৰ-১৯৪০ চনত গুৱাহাটী।
৪/কোন চনত অসমত কাগজ কল স্থাপন হৈছিল?
উত্তৰ-১৯৭১ চনত।
৫/গাৰো পাহাৰত প্ৰচলিত পৰম্পৰাগত ধৰ্মক কি বুলি কোৱা হয়?
উত্তৰ- চংচেৰেক।
⬛ সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ ⬛