০৫ ডিচেম্বৰ - ইতিহাসহত আজিৰ দিনটো

Rinku Rajowar
0
  1. ১৯৫০ চনৰ আজিৰ দিনটোত চীনা সৈন্যই উত্তৰ কোৰিয়াৰ ৰাজধানী প্যংয়াংৰ পৰা ৰাষ্ট্ৰ সংঘৰ বাহিনীক খেদি পঠিয়াই।
  2. শ্ৰীলংকাৰ সৈন্যয়ে ১৯৯৫ চনৰ আজিৰ দিনটোত ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা জাফনা দখল কৰে।
  3. ১৯৬৯ চনৰ ৫ ডিচেম্বৰ তাৰিখে অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)