৬ ডিচেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Aditi Tanti
0
৬ ডিচেম্বৰ (ইংৰাজী: 6 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪০ তম (অধিবৰ্ষত ৩৪১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


🔴১৯৯২ চনৰ আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ অযোধ্যাত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল।
🔴১৭৩২ চনৰ আজিৰ দিনটোতে ভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ জন্ম হয় অক্সফোৰ্ডৰশ্বায়াৰত।
🔴১৮২৩ চনৰ আজিৰ দিনটোতে জাৰ্মান ভাষাতত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ মেক্স মূলাৰৰ জন্ম হয়।
🔴১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড-এ স্বাধীনতা লাভ কৰে।
🔴১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথম বাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰে।
🔴১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত হয়।
🔴১৯৮৯ চনৰ আজিৰ দিনটোতে অষ্টিন  নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)