সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
১)অসমীয়া সাহিত্য- সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন ?
উ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 
২)প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উ- আসাম বুৰঞ্জী 
৩) "A Few Remarks on Assamese Language" নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উ- আনন্দৰাম ঢেকিয়াল ফুকন
৪)প্ৰথম "অসমীয়া অভিধান" কোনে ৰচনা কৰিছিল ?
উ- মাইচ ব্ৰন্সন
৫) "প্ৰতিমা" কবিতা পুথিখনৰ বিষয়ত লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিল ?
উ- "প্ৰতিমা'খনি সৰু কিন্তু নিভাজ সোণৰ"
৬) প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি ?
উ- ভানুমতী ( পদ্মনাথ গোহাঞিবৰুৱাৰ ) 
৭) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল ?
উ- নলিনীবালা দেৱী 
৮)"জ্ঞানপীঠ বঁটা "বিজয়ী প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উ- মৃত্যুঞ্জয় (বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)