সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
1) কোনখন দেশ ২০২৭ লৈকে " সুৰা মুক্ত দেশ " হোৱাৰ ঘোষণা কৰিছে ?
‌উ- নিউজিলেণ্ড
২) নিউজিলেণ্ডৰ মানুহক অন্য কি নামেৰেও জনা যায় ?
উ- কীবী 
৩) সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া“ স্মৃতিকথা ” গ্ৰন্থ খনৰ নাম কি?
উ- কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত (১৯৬০)
৪) "FICCI" ৰ বৰ্তমানৰ সভাপতি কোন ? 
উ- সঞ্জীৱ মেহতা 
৫) "Fortune India "ৰ ভাৰতৰ আটাইতকৈ শীৰ্ষ স্থানত প্ৰাপ্ত মহিলা কোন ?
উ- নিৰ্মলা শিতাৰমন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)