সাধাৰণ জ্ঞান-কুইজ

©Admin
0
⬛কুইজ⬛

১)মেঘালয়ত সন্তানে কাৰ উপাধি গ্ৰহণ কৰে?
উত্তৰ- মাকৰ।

২/ পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ- স্পুটনিক।

৩/ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত?
উত্তৰ- কলকাতা।

৪/নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ- খাগৰিজান।

৫/ অশ্বক্লান্ত মন্দিৰ ক'ত আছে?
উত্তৰ- গুৱাহাটী।

৬/ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল?
উত্তৰ- ১৯৪৮ চনত।

৭/ AK-47 ৰাইফল কোনে সৃষ্টি কৰিছিল? 
উত্তৰ- মিথাইল কালাচনিকভে।

৮/ কোনবিধ উদ্ভিদক স্বৰ্গৰ উদ্ভিদ বুলি কোৱা হয়?
উত্তৰ- নাৰিকল গছ।

⬛ সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ ⬛

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)