১/ আজিৰ দিনটোতে চিনাবাদাম মাখন আৰু চকলেট দিৱস।
২/ ২০১২ চনত আজিৰ দিনটোতে ইৰাণত হোৱা এক ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰায় ১০৩ জন লোকৰ মৃত্যু হয়।
৩/ ১৯২৭ চনত আজিৰ দিনটোতে ভাৰতত নিয়মিত ৰেডিঅ' সেৱা আৰম্ভ হয়।
৪/ ১৮৬৫ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হয়।
৫/ ২৯১৬ চনত আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰকৰ এস এস ৰাজাৰ মৃত্যু হয়।
⬛ সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ ⬛