কিয় নাজানো ভুল বুজিলা....!!
তুমি ভবাতকৈ বহুগুণে পৃথক আছিলোঁ।
আক্ষেপ নাই অ' বেয়া লাগে,
কিয়নো ৰাণী নহয় মই সঁচা......!!
জীৱনী লিখাৰ আৰম্ভনিতেই কাহিনী শেষ কৰি
মিচকলৰ বৰষুণৰ তিয়াই
বিধ্বস্ত নকৰিবা।
হেঁপাহবোৰ আশালৈ পৰিৱৰ্তন নহওঁতে অজান ধুমুহাই
ভাঙিলে সপোনৰ পঁজা।
তথাপিও আক্ষেপ নাই
কেৱল ভাল দিনৰ অপেক্ষা।
✍️জয়া বড়ি
বোকাখাত ৰাজাবাৰী