অপেক্ষা-জয়া বড়ি

0
তুমি তুমি লগা প্ৰতিটো পুৱাই নতুন
কিয় নাজানো ভুল বুজিলা....!!
তুমি ভবাতকৈ বহুগুণে পৃথক আছিলোঁ।
আক্ষেপ নাই অ' বেয়া লাগে,
কিয়নো ৰাণী নহয় মই সঁচা......!!

জীৱনী লিখাৰ আৰম্ভনিতেই কাহিনী শেষ কৰি 
মিচকলৰ বৰষুণৰ তিয়াই
বিধ্বস্ত নকৰিবা।

হেঁপাহবোৰ আশালৈ পৰিৱৰ্তন নহওঁতে অজান ধুমুহাই
ভাঙিলে সপোনৰ পঁজা।
তথাপিও আক্ষেপ নাই
কেৱল ভাল দিনৰ অপেক্ষা।

      
✍️জয়া বড়ি
বোকাখাত ৰাজাবাৰী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)