২০০৫ চনৰ আজিৰ দিনটোতে বিশিষ্ট নাট্যকাৰ, কথা সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ মৃত্যু হয়।
- ১৪৮৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত হিন্দী গায়ক দৃষ্টিহী সুৰ দাসৰ জন্ম হৈছিল।
- ১৮২৫ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ বীৰ নায়ক তুলাৰামৰ জন্ম হয়।
- ১৯০৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমাণ্টিক কবি জন মিল্টনৰ (John Milton) জন্ম হয় আজিৰ দিনটোতে। পেৰাডাইজ লষ্ট (ইংৰাজী: Paradise Lost ) তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।
- ১৯৯২ চনৰ আজিৰ দিনটোত মহাকাশচাৰী সকলে হাবল টেলিস্ক'পত ঘটা বিজুতি শুধৰাবলৈ সক্ষম হয়।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব