০৯ ডিচেম্বৰ- ইতিহাসত আজিৰ দিনটো

২০০৫ চনৰ আজিৰ দিনটোতে বিশিষ্ট নাট্যকাৰ, কথা সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ মৃত্যু হয়।
  1. ১৪৮৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত হিন্দী গায়ক দৃষ্টিহী সুৰ দাসৰ জন্ম হৈছিল।
  2. ১৮২৫ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ বীৰ নায়ক তুলাৰামৰ জন্ম হয়।
  3. ১৯০৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমাণ্টিক কবি জন মিল্টনৰ (John Milton) জন্ম হয় আজিৰ দিনটোতে। পেৰাডাইজ লষ্ট (ইংৰাজীParadise Lost ) তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।
  4. ১৯৯২ চনৰ আজিৰ দিনটোত মহাকাশচাৰী সকলে হাবল টেলিস্ক'পত ঘটা বিজুতি শুধৰাবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post