সোণালী আঘোনৰ লেণ্ডস্কেপ

হেলাৰঙে শুভ্ৰ কুঁৱলী ফালি
জুৰুলি-জুপুৰি হৈ ওলালহি
আঘোণীবাই
তাইৰ যেন সময়েই নাই
সকলোৰে ঘৰলৈ নিমন্ত্ৰণ..
যাবই লাগে
ন খোঁৱাৰ বতৰা দি যায়
হাঁহে মাহে উদৰ পুৰাই খায়।।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send