অৰুণিমা বাৰে বাৰে সন্দেহৰ বলি হ'ব লগা হয়। কাৰণ তাইৰ এটাই ভুল যে তাই সততা আৰু সৰলতাৰে সকলোৰে লগত খোলা অন্তৰেৰে কথা পাতে― কোনো স্বাৰ্থ নথকাকৈ।
আৰু অৰুণিমাৰ সেই ভুলৰ সুযোগ লয় তাইক ভালৰি বোলাই কেউপাশে থকা এচামে।
মানুহ চিনিব নোৱৰাটো তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল।
✍️মাজনী চহৰীয়া