দৈনিক সাধাৰণ জ্ঞান

©Admin
0
১/কটন কলেজ কোন চনত স্থাপিত হৈছিল?
উত্তৰ-১৯০১ চনত।
২/অসমৰ কোনখন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰঃ ডেৰগাঁও।
৩/অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল?
উত্তৰ - আনন্দৰাম বৰুৱা।
৪/প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা কোন?
উত্তৰ -নিধি লেভি ফাৰৱেল।
৫/ছিকিমৰ বৃহত্তম মঠ কি?
উত্তৰ-ৰুমটেক মঠ।
৬) প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল?
উত্তৰ-হলিৰাম ফুকন।
৭/অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্ৰী কোন?
উত্তৰ-চৈয়দা আনোৱাৰা টাইমূৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)