সহস্ৰ বসন্ত-কুঁহিস্মিতা বৰা

অনুভৱৰ টুকুৰা স্কেচ 
উফৰি আহি 
আজি এই চহৰত পৰিছে
য'ত আজি এহেজাৰটা বসন্তই 
সোঁৱৰণীৰ পাত 
লুটিয়াই ফুৰিছে । 

✍️কুঁহিস্মিতা বৰা
বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send