Homeকবিতা মাজনিশাৰ হুমুনিয়াহ December 22, 2021 0 এজাক শব্দৰ ভিৰত শব্দবোৰ আজি শব্দহীন নিস্তব্ধ নিশাশব্দৰ উন্মাদনাত উচুপি উঠে যেতিয়া শব্দৰ কলিজাবোৰতেতিয়া কঁপি উঠে শব্দৰ সীমান্তআৰু!নেপথ্যত এটি শূণ্য পথাৰ! 🔳জহিৰুল ইছলাম, গোৱালপাৰা Tags: কবিতা জহিৰুল ইছলাম