মাজনিশাৰ হুমুনিয়াহ

0
এজাক শব্দৰ ভিৰত 
শব্দবোৰ আজি শব্দহীন 
নিস্তব্ধ নিশা
শব্দৰ উন্মাদনাত 
উচুপি উঠে যেতিয়া শব্দৰ কলিজাবোৰ
তেতিয়া কঁপি উঠে শব্দৰ সীমান্ত
আৰু!
নেপথ্যত এটি শূণ্য পথাৰ!
  
🔳জহিৰুল ইছলাম, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)