সন্মান -বিটুমনি কোছঁ

Aditi Tanti
0
      বোবা যান্ত্ৰনাখিনি বুকুত সাৱটি ,ৰঙীন কাপোৰযোৰ পিন্ধি হাতৰ সোণৰ খাৰুযোৰ সলকাই বেগত ভৰাই ল'লে তাই।

আট্ৰালিকাৰ সদৃশ শশুৰে এৰি যোৱা ঘৰটোত নিষ্কমা পতিৰ সন্মান ৰক্ষা কৰি ,চাৰি বছৰীয়া সন্তানক প্ৰাইভেট স্কুলত নাম ভৰ্ত্তি কৰিবৰ বাবে।

                        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)