১৯ ডিচেম্বৰ- ইতিহাসত আজিৰ দিনটো

🟢১৯০২ চনৰ আজিৰ দিনটোতে অনুসন্ধানত প্ৰথম ফিংগাৰ প্ৰিণ্টৰ ব্যৱহাৰ কৰা হয়। 

🟢১৯৩৪ চনৰ আজিৰ দিনটোত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ জন্ম হৈছিল।

🟢১৮৭৩ চনৰ আজিৰ দিনটোত ভাৰতীয় বিজ্ঞানী উপেন্দ্ৰ নাথ ব্ৰহ্মচাৰীৰ জন্ম হৈছিল।

🟢১৯৬৯ চনৰ আজিৰ দিনটোত ক্ৰিকেটাৰ নয়ন মংগিয়াৰ জন্ম হৈছিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send