Homeআজিৰ দিনটোৰ বিশেষত্ব ১৯ ডিচেম্বৰ- ইতিহাসত আজিৰ দিনটো December 19, 2021 0 🟢১৯০২ চনৰ আজিৰ দিনটোতে অনুসন্ধানত প্ৰথম ফিংগাৰ প্ৰিণ্টৰ ব্যৱহাৰ কৰা হয়। 🟢১৯৩৪ চনৰ আজিৰ দিনটোত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ জন্ম হৈছিল।🟢১৮৭৩ চনৰ আজিৰ দিনটোত ভাৰতীয় বিজ্ঞানী উপেন্দ্ৰ নাথ ব্ৰহ্মচাৰীৰ জন্ম হৈছিল।🟢১৯৬৯ চনৰ আজিৰ দিনটোত ক্ৰিকেটাৰ নয়ন মংগিয়াৰ জন্ম হৈছিল। Tags: আজিৰ দিনটোৰ বিশেষত্ব