মোৰ একপক্ষীয় প্ৰেমৰ শিহৰণে
তোমাৰ স্মৃতি সৌৰভ বিলাই ।
তুমি মোৰ কামনা নে সাধনা??
হয়তো তুমি হ'ব পৰা মোৰ প্ৰেম পিয়াশী তৃপ্ত ভাৱনা ।
তোমাৰ প্ৰেমত ব্যাকুল হ'ল মোৰ জীৱন।
তোমাৰ প্ৰেমত বাউলি হ'ল মোৰ যৌৱন।
কিন্তু সচাঁ কথা এটা কওঁ ,,,,,,,,,,
তুমিবিহীন মোৰ জীৱন,,,
তুমিবিহীন মোৰ যৌৱন,,,,,,,
অভিনেত্ৰীৰুপী এক যন্ত্ৰ।।।
তোমাৰ সান্নিধ্য বিচাৰা আজন্ম প্ৰেমিকা মই।❤❤