তিনিৰ মহত্ব -দিপশিখা ৰাজকোঁৱৰ

Aditi Tanti
0
◽তিনিটা বস্তুৱে জীৱনত অপেক্ষা নকৰে : জন্ম, মৃত্যু আৰু সময়।
◽ তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে : কাম, ক্ৰোধ আৰু মোহ।
◽ তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায় : পিতৃ, মাতৃ আৰু যৌৱন।
◽তিনি জনক সদায় সন্মান কৰিব লাগে : পিতৃ, মাতৃ আৰু গুৰু।
◽তিনি জনৰ প্ৰতি দ্বায়িত্বশীল হ'ব লাগে : নাবালক, ভোকাতুৰ আৰু পাগল।
◽তিনিটা বস্তু ওলাই গ'লে ঘূৰি নাহে : শৰ ,মুখৰ কথা আৰু প্ৰাণবায়ু ।
◽তিনিটা কথা কেতিয়াও পাহৰিব নালাগে : কৰ্তব্য, ঋণ আৰু প্ৰাণবায়ু।
◽তিনিটা বস্তুৱে আয়ুস কমায় : অসৎ চৰিত্ৰ,পৰৰ অনিষ্ট আৰু পৰচৰ্চা ।
◽ তিনিটা বস্তুৱে জীৱন মহৎ কৰি তোলে : সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন।
◽তিনিটা বস্তুৰ পৰা নিজকে বচাই চলিব লাগে : কুসংগ , আত্মস্বাৰ্থ আৰু পৰানিন্দা। 

সংগ্ৰহ- দিপশিখা ৰাজকোঁৱৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)