২০২১ মৃত্যুৰ এক বিভীষিকা

Rinku Rajowar
0
যদি নৱবৰ্ষৰ প্ৰাকক্ষণত স্মৃতি ৰখাৰ যোগ্য কবিতা
এটা থাকে, সেয়া হৈছে ২০২১  " কৰোণা বছৰ"।
 এই চুটি আৰু ছন্দময় কবিতাটোৱে প্ৰতি বছৰ পাৰ হৈ যোৱাৰ সৈতে আমি অনুতপ্ত কৰিম। সকলোবোৰ সংক্ষীপ্ত কৰে আৰু আবৃত্তি কৰোঁতে  হৃদয় পৰা ওলাই যায় দুখ আৰু যন্ত্ৰণা !

এৰি অহা লকডাউন
অন্ধকাৰময় সময়
যেন দিন বোৰেই ৰাতি হৈছিল।

বায়ু বোৰ বিষ হৈছিল,
ভালপোৱা বোৰ তিক্ত;

এতিয়া যোৱা সময় ধৰি  ভাবিলে চকুলো দুধাৰি আহে , 
হেৰাই যোৱা জনৰ বাবে বছৰৰ অন্তিম ক্ষণত  হিয়াত জুই!

এতিয়া ২০২১ 
পৰিহাস কৰিছোঁ,
দুনাই নাহিবি মাৰি মোহাৰি ?
২০২২ স্বাগতম
হেঁপাহেৰে আদৰিম
নামাৰিবি ২০২১ ৰ
দৰে আমাক! 
জুৰুলা আৰু দুৰ্ভিক্ষ আমাৰ বাবে যেন মৃত্যু। 
  
✍️দিপজ্যোতি বৰদলৈ 
মৰিগাঁও (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)