এটা থাকে, সেয়া হৈছে ২০২১ " কৰোণা বছৰ"।
এই চুটি আৰু ছন্দময় কবিতাটোৱে প্ৰতি বছৰ পাৰ হৈ যোৱাৰ সৈতে আমি অনুতপ্ত কৰিম। সকলোবোৰ সংক্ষীপ্ত কৰে আৰু আবৃত্তি কৰোঁতে হৃদয় পৰা ওলাই যায় দুখ আৰু যন্ত্ৰণা !
এৰি অহা লকডাউন
অন্ধকাৰময় সময়
যেন দিন বোৰেই ৰাতি হৈছিল।
বায়ু বোৰ বিষ হৈছিল,
ভালপোৱা বোৰ তিক্ত;
এতিয়া যোৱা সময় ধৰি ভাবিলে চকুলো দুধাৰি আহে ,
হেৰাই যোৱা জনৰ বাবে বছৰৰ অন্তিম ক্ষণত হিয়াত জুই!
এতিয়া ২০২১
পৰিহাস কৰিছোঁ,
দুনাই নাহিবি মাৰি মোহাৰি ?
২০২২ স্বাগতম
হেঁপাহেৰে আদৰিম
নামাৰিবি ২০২১ ৰ
দৰে আমাক!
জুৰুলা আৰু দুৰ্ভিক্ষ আমাৰ বাবে যেন মৃত্যু।
✍️দিপজ্যোতি বৰদলৈ
মৰিগাঁও (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ