২০ জানুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
২০ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০ তম দিন। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ৩৪৫ টা দিন বাকী থাকে। কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৪৭ চনত ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ  অপ্সৰাৰ উদ্ধোধন হৈছিল।

২/১৯৭২ চনত আজিৰ দিনটোতে মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।

৩/আজিৰ দিনটোতে ১৮৭৯ চনত  বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল।

৪/১৯৭৮ চনত আজিৰ দিনটোতে অসমীয়া সাহিত্যিক ককা নীলমণি ফুকনৰ মৃত্যু হয়।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)