সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১/ কামাখ্যা মন্দিৰৰ  সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?
উত্তৰ- সৌভাগ্য কুণ্ড।

২/গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?
উত্তৰ-তিৰুপতি বালাজি মন্দিৰ।

৩/বিলেশ্বৰ  দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত?
উত্তৰ- বেলশৰ ( নলবাৰী)।

৪/গোপেশ্বৰ দেৱালয় ক'ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ- তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিঙ্গৰ বাবে বিখ্যাত।

৫/নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ- খাগৰিজান।

৬/কোনখন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়?
উত্তৰ- মাজুলী।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)