২৬ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬তম দিন। বছৰ শেষ হ'বলৈ ৩৩৯ দিন (অধিবৰ্ষত ৩৪০ দিন) বাকী থাকে। আজিৰ দিনটোত সংঘটিত কেইটামান উল্লেখযোগ্য ঘটনা -
১/ ১৫০০ চনত ভিচেণ্টে য়ানেজ পিঞ্জনৰ ব্ৰাজিললৈ যোৱা প্ৰথমজন ইউৰোপীয় ব্যক্তিৰ খ্যাতি লাভ।
২/ ১৫৩১ চনত লিস্বন, পৰ্টুগেলত হোৱা ভূমিকম্পত হাজাৰ হাজৰ লোকৰ মৃত্যু হয়।
৩/ ১৫৬৪ চনত কাউঞ্চিল অৱ ট্ৰেণ্টে ৰ'মান কেথলিকত্ব আৰু প্ৰটেষ্টেণ্টসমূহৰ মাজৰ ভেদ স্পষ্ট কৰে।
৪/ ১৫৬৫ চনত ভাৰতৰ অন্তিম হিন্দু ৰাজ্য ৱিজয়ানগৰৰ পতন ঘটে।
৫/ ১৭০০ চনত পশ্চিম আমেৰিকাত ৰিখটাৰ স্কে'লত ৯ প্ৰাবল্যৰ কাস্কেডিয়া ভূমিকম্প।
৬/ ১৮৪১ চনত য়ু কে'ই হংকং দখল কৰে।
৭/ অষ্ট্ৰেলিয়া ডে - অষ্ট্ৰেলিয়া
৮/ ডুৱাৰ্টে' ডে - ডমিনিকান ৰিপাব্লিক
৯/ লিবাৰেচন ডে - য়ুগাণ্ডা
১০/ গণতন্ত্ৰ দিৱস - ভাৰত
Tags:
আজিৰ দিনটোৰ বিশেষত্ব