গণতন্ত্ৰ আমাক নঠগিবা-মৌচম হাজৰিকা

©Admin
0
স্বাধীনতা 
আমাক নাপাহৰিবা। 

গণতন্ত্ৰ 
আমাক নঠগিবা। 

অসম 
অক্ষত থাকিবা। 

অসমীয়া 
জাগি থাকিবা। 

গামোচা 
আমাক সাহস দিবা। 

আত্মৰক্ষাৰ যুঁজ 
জীয়াই ৰাখিবা। 

ছহিদ 
আশীৰ্বাদ কৰিবা। 

হেৰুৱাব নোখোজো
আমাৰ ভাষা ! 

হেৰুৱাব নোখোজো
আমাৰ সংস্কৃতি ! 

স্বাধীনতা 
আমাক নাপাহৰিবা। 

গণতন্ত্ৰ 
আমাক নঠগিবা। 

✍️মৌচম হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)