১৪ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব

0
আজি হ'ল ১৪ জানুৱাৰী; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৫১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজিৰ দিনটো উজবেকিস্তানত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটো জৰ্জিয়াত পতাকা দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটো থাইলেণ্ডত বন সংৰক্ষণ দিৱস হিচাপে পালন কৰা হয়।
♣️ আজিৰ দিনটো ভাৰতত মকৰ সংক্ৰান্তি ৰূপে উদযাপিত হয়।
♣️ আজি বিশ্ব দৰ্শন দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)