Home কুঁহিস্মিতা বৰা ১৪ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব ১৪ জানুৱাৰী-আজিৰ দিনটোৰ বিশেষত্ব Author - person©Admin January 14, 2022 0 share আজি হ'ল ১৪ জানুৱাৰী; গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৩৫১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---♣️আজিৰ দিনটো উজবেকিস্তানত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।♣️ আজিৰ দিনটো জৰ্জিয়াত পতাকা দিৱস হিচাপে পালন কৰা হয়।♣️ আজিৰ দিনটো থাইলেণ্ডত বন সংৰক্ষণ দিৱস হিচাপে পালন কৰা হয়।♣️ আজিৰ দিনটো ভাৰতত মকৰ সংক্ৰান্তি ৰূপে উদযাপিত হয়।♣️ আজি বিশ্ব দৰ্শন দিৱস। Tags আজিৰ দিনটোৰ বিশেষত্বকুঁহিস্মিতা বৰা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ