সাধাৰণ জ্ঞান

©Admin
0
🔰 ভাৰতবৰ্ষক সমানে দ্বিখণ্ডিত কৰা কাল্পনিক ৰেখা কোনডাল?
➖ কৰ্কট ৰেখা।
🔰 লকটক হ্ৰদ ক'ত অৱস্থিত?
➖ মণিপুৰ।
🔰 কোনটো জলপ্ৰণালীয়ে আন্দামান আৰু নিকোবৰক পৃথক কৰিছে?
➖ ১০' চেনেল।
🔰 নৰ্মদা নদীৰ উৎপত্তিস্থল কি?
➖ অমৰকণ্টক।
🔰 ভাৰত-ম্যানমাৰ সীমাত অৱস্থিত পৰ্বতমালাক কি নামেৰে জনা যায়?
➖ পূৰ্বাঞ্চল পৰ্বতমালা।
🔰 পাক জলপ্ৰণালী কোন দুখন দেশৰ মাজত অৱস্থিত?
➖ ভাৰত আৰু শ্ৰীলংকা।
🔰 ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি?
➖ আৰাৱলী।
🔰 ভাৰতৰ উচ্চতম বান্ধ কি?
➖ টেহৰী বান্ধ।
🔰 ভাৰতৰ দক্ষিণ প্ৰান্তত থকা পৰ্বতপুঞ্জক কি নামেৰে জনা যায়?
➖ কাৰডামম।
🔰 ভাৰতৰ কোনখন চহৰক "নীলা চহৰ" নামেৰে জনা যায়?
➖ যোধপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)