সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
🔰সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি ?
➖গেনিমেড
🔰প্ৰথিতযশা উপন্যাসিক চৈয়দ আব্দুল মালিকৰ ছদ্মনাম কি আছিল ?
➖স্বামী অভঙানন্দ
🔰কম্পিউটাৰত লিখা প্ৰথম গ্ৰন্থখনৰ নাম কি ?
➖ব্লাইণ্ড ফাৰকিউ
🔰শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন ?
➖ ইন্দিৰা মিৰি ।
🔰নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱাৰ সৃষ্টি হয় ?
➖ৰঙা
🔰জনপ্ৰিয় কুইজ শব্দটো এজন প্ৰখ্যাত পশ্চিমীয়া উপন্যাসিকৰ ছদ্মনাম । উপন্যাসিক জনৰ নাম কি ?
➖চাৰ্লছ ডিকেন্স ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)