১৬ জানুৱাৰী- ইতিহাসত আজিৰ দিনটো

©Admin
0
১৬ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৬ তম দিন। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ ৩৪৯ টা দিন বাকী থাকে। কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ ২০১১চনত ব্ৰাজিলত ভয়াবহ বানত ৫৬০ ৰো অধিক লোকৰ মৃত্যু হয়।

২/ ১৯৮৭ চনত কাব্য বিশ্বনাথন ভাৰতীয় বংশোদ্ভূত বিতৰ্কিত মাৰ্কিন সাহিত্যিক।

৩/ ২০১৬ চনত অসমৰ এজন আন্তৰাষ্ট্ৰীয় ভাৱে জনাজাত  উদ্ভিদবিদ আনন্দ চন্দ্ৰ দত্তৰ  মৃত্যু হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)