জন্মান্ধ - সুশীলা ৰাজবংশী

Aditi Tanti
0
সুদক্ষিণা বক্ বকা্ই আছে কেৱল চৰকাৰ, চৰকাৰ চৰকাৰ! আঘোণী বুঢ়ীয়ে তাই উষ্মাৰে কোৱা কথাবোৰ শুনি ক'লে- কি হ'ল অ' সুদক্ষিণা? মানুহবোৰে দায় সাৰে চৰকাৰে অমুক নকৰিলে, চৰকাৰে তমুক নকৰিলে, চৰকাৰ হ'ল বুলিয়ে প্ৰতিটো দিশৰ প্ৰতি চকু দিব। ক'ৰোনা কাৰণে চৰকাৰ দায়ী,সীমা বিবাদৰ কাৰণে চৰকাৰ দায়ী,প্ৰকৃতিয়ে কিবা ধ্বংস কৰিলেও চৰকাৰ দায়ী। চৰকাৰে দিয়া ধন আত্মসাৎ কৰি গগনচুম্বী অট্টালিকা সাজিছে। বিলাসিতা জীৱন উপভোগ কৰিছে। চৰকাৰে দিয়া প্ৰতিবিধ সম্পদ হৰলোকী হৈছে। পত্নী-পুত্ৰ,বংশ-পৰিবাৰৰ সুখ-শান্তি ঐশ্বৰ্য্য ক্ৰয় কৰিছে। দায়িত্বত থকা সকলে নিষ্ঠা-সততাৰে নিজ কৰ্তব্য কৰা হ'লে ইমান হাহাকাৰ নহ'লহেঁতেন।

আঘোণী বুঢ়ীয়ে ক'লে-
প"অত্যাচাৰী,অন্যায়ী,অবিবেকী,হৰলোকী ডকাইতৰ দলসমূহেই গো-গ্ৰামে চৰকাৰী সম্পদসমূহ চোৰ কৰি নিলে।সহস্ৰজনে দেখিও অন্ধৰ ভাও জুৰে।এইসকলেই প্ৰকৃত জন্মান্ধ।
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)