Homeআজিৰ দিনটোৰ বিশেষত্ব ৩০ জানুৱাৰী- আজিৰ দিনটোৰ বিশেষত্ব January 30, 2022 0 ▪️১৯৩৩ - জাৰ্মানীৰ চেনচেলৰ পদত এডল্ফ হিটলাৰৰ আৰোহণ।▪️১৯৪১ - দীপালী বৰঠাকুৰৰ জন্ম,অসমৰ এগৰাকী স্বনামধন্য গায়িকা । ▪️১৯৪৮ - মহাত্মা গান্ধীৰ মৃত্যু , ভাৰতৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।▪️আজি শ্বহীদ দিৱস - ভাৰত Tags: আজিৰ দিনটোৰ বিশেষত্ব