৩০ জানুৱাৰী- আজিৰ দিনটোৰ বিশেষত্ব

▪️১৯৩৩ - জাৰ্মানীৰ চেনচেলৰ পদত এডল্ফ হিটলাৰৰ আৰোহণ।
▪️১৯৪১ - দীপালী বৰঠাকুৰৰ জন্ম,অসমৰ এগৰাকী স্বনামধন্য গায়িকা ।
 ▪️১৯৪৮ - মহাত্মা গান্ধীৰ মৃত্যু , ভাৰতৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।
▪️আজি শ্বহীদ দিৱস - ভাৰত

Post a Comment

Previous Post Next Post