আজিৰ দিনটোৰ বিশেষত্ব-৪ জানুৱাৰী

©Admin
0

৪ জানুৱাৰী (ইংৰাজী: 4 January) দিনটো বৰ্ষপঞ্জী অনুসাৰে বছৰৰ চতুৰ্থ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬১টা দিন (অধিবৰ্ষত ৩৬২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১/ ১৯০৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক এক উইকেটত  পৰাস্ত কৰি প্ৰথম খন ষ্টেট ক্ৰিকেটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।
২/১৯৪৮ চনৰ আজিৰ দিনটোতে বাৰ্মাই (এতিয়া ম্যানমাৰ)  ব্ৰিটেইনৰ পৰা স্বাধীনতা ঘোষণা কৰে।
৩/১৯৬২ চনৰ আজিৰ দিনটোতেআমেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰথমখন স্বয়ংচালিত  মেট্ৰ ট্ৰেইনে চলাচল কৰিছিল ৷
৪/ ১৯৯০ চনৰ আজিৰ দিনটোতে পাকিস্তানীত দুখন ট্ৰেইলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত প্ৰায় ৩০৭ জন নিহত আৰু তাৰ দুগুণ লোক আহত হৈছিল ।
৫/ ১৬৪৩ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত ইংৰাজ পদাৰ্থ বিজ্ঞানী ছাৰ আইজাক নিউটন জন্ম হৈছিল 
৬/১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী অভিনেতা প্ৰদীপ কুমাৰৰ জন্ম হয় ৷
৭/ ১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৪৩তম মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ জন্ম হৈছিল। 
৮/১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ ৰাহুল দেব বৰ্মনৰ মৃত্যু হৈছিল ।
৯/ ২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৩৮তম মুখ্য ন্যায়াধীশ এছ এছ কাপাঢ়িয়াৰ মৃত্যু হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)