সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১)ভাৰতৰ নিৰক্ষৰ ৰজা কোন আছিল?
উত্তৰ-আলাউদ্দিন খিলজী,আকবৰ,শিবাজী আৰু ৰণজিৎ সিং 
২)পোন প্রথমে ৰকেট কোনে আৱিষ্কাৰ কৰে? 
উত্তৰ-১২৩২ খ্ৰীষ্টাব্দত ডাঃ ৰবার্ট গার্ডড
৩)সর্বপ্রথম কোনজন বিজ্ঞানীয়ে লেংগুৱেজ ব্যৱহাৰ কৰিছিল? 
উত্তৰ-কনৰাড ঝুছে ৷ 
৪)ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় ? 
উত্তৰ-১৯৬৬ চনৰ ৩ এপ্ৰিলৰ পৰা 
৫) মুদ্রণ যন্ত্ৰ প্রথম কেতিয়া আৱিস্কাৰ হয়?  
উত্তৰ-চীন দেশত ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)