২৫ জানুৱাৰী আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনা

Aditi Tanti
0
🛑২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।

⭕উল্লেখযোগ্য ঘটনা:
১৭৫৫ = মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
১৮৮১ = টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিষ্ঠা কৰে।
১৯১৮ = বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
১৯৪৯ = এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হয়।
১৯৮০ = মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
২০০৫ = মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হয়।
⭕জন্ম:
১৮২৪ = বঙালী কবি আৰু প্ৰথম চনেট ৰচয়িতা মধুসুধন দত্তৰ জন্ম হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)