সাধাৰণ জ্ঞান-কুইজ

১) মহাকাশত সর্বোচ্চ সময় স্পেছৱাক কৰা মহাকাশচাৰী কোন আছিল?  
উত্তৰ : সুনীতা উইলিয়ামছ 
২) মহাকাশত অৱতৰন কৰা প্রথম যানখনৰ নাম কি?  
উত্তৰ : লুনোখড-১ 
৩)কক্ষপথত উপস্থাপিত প্রথম কৃত্ৰিম উপগ্ৰহৰ নাম টো কি?  
উত্তৰ : স্পুটনিক 
৪)অর্জুন বটা,২০২০ লাভ কৰা অসমীয়া খেলুৱৈ জনৰ নাম কি?  
উত্তৰ : লাভলীনা বৰগোহাঁই ৷ 

Post a Comment

Previous Post Next Post