১) মহাকাশত সর্বোচ্চ সময় স্পেছৱাক কৰা মহাকাশচাৰী কোন আছিল?
উত্তৰ : সুনীতা উইলিয়ামছ
২) মহাকাশত অৱতৰন কৰা প্রথম যানখনৰ নাম কি?
উত্তৰ : লুনোখড-১
৩)কক্ষপথত উপস্থাপিত প্রথম কৃত্ৰিম উপগ্ৰহৰ নাম টো কি?
উত্তৰ : স্পুটনিক
৪)অর্জুন বটা,২০২০ লাভ কৰা অসমীয়া খেলুৱৈ জনৰ নাম কি?
উত্তৰ : লাভলীনা বৰগোহাঁই ৷